<<90000000>> viewers
<<320>> entrepreneurs in 18 countries
<<5432>> agroecology videos
<<110>> languages available

ভূমিৰ পি, এইচ আৰু জৈৱিক পদাৰ্থ বিশ্লেষণ

Uploaded 11 months ago | Loading

অবক্ষয় হোৱা  আৰু  তললৈ পানী সোমাই যোৱা মাটি সাধাৰনতে আম্লিক গুণ সম্পন হয়। ৰাসায়নিক সাৰৰ অত্যধিক ব্যৱহাৰেও মাটি আম্লিক কৰে।  আম্লিক মাটিত   জৈৱিক সামগ্ৰীৰ পচন ঘটোৱা উপকাৰী  বেক্টেৰিয়া সমুহ   বাধা পাপ্ত হয় l তদুপৰি কিছুমান  মোল  আহৰণত বাধ্l দিয়ে l উৰ্বৰ মাটিত যথেষ্ট পৰিমানে জৈৱিক পদাৰ্থ থাকে। জৈৱিক পদাৰ্থই প্ৰাণী আৰু উদ্ভিদৰ সকলো প্ৰকাৰৰ জীৱিত আৰু মৃত সামগ্ৰীকে  সামৰি লয়। মৃত পদাৰ্থৰ দুই মিলি মিটাৰত কৈও সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ কণা বোৰক জৈৱিক পদাৰ্থৰ কণা বোলা হয়

Current language
Assamese
Produced by
Agro-Insight
Share this video:

Related Videos

How you can help... Your generous donation will enable us to give smallholder farmers better access to agricultural advice in their language.

With thanks to our financial partners