<<90000000>> viewers
<<266>> entrepreneurs in 18 countries
<<4647>> agroecology videos
<<107>> languages available

শস্য পৰিবৰ্তনত মাহ জাতীয় শস্য

Uploaded 8 months ago | Loading

শস্য পৰিবৰ্তনত মাহজাতীয় শস্যৰ এক বিশেষ ভুমিকা আছে কাৰণ ই বনবাত কমাই আৰু নাইট্ৰজেন সংগ্ৰহ কৰা বেক্টেৰিয়াৰ সৈতে সহযোগ কৰি ভূমি সমৃদ্ধ কৰে। মাটিত সঠিক বেক্টেৰিয়া থকাতো  নিশ্চিত কৰিবলৈ, ৰাইজোবিয়াম বেক্টেৰিয়া কিনিব পাৰে। ৰাইজোবিয়াম বেক্টেৰিয়া আপোনাৰ মাটিত কেইবা বছৰো জিয়াই থাকিব, গতিকে গতিকে প্ৰতিবছৰে মাহজাতীয় শস্য শোধন কৰিব নালাগে l

Current language
Assamese
Produced by
Nawaya
Share this video:
How you can help... Your generous donation will enable us to give smallholder farmers better access to agricultural advice in their language.

With thanks to our financial partners