জৈৱিক খাদ্য কিদৰে বিকিব
Uploaded 11 months ago | Loading

15:03
মেলাত বিক্ৰী কৰোঁতে গোট হিচাপে চিনাকি এটা ৰাখিব। যেনে, একে ধৰণৰ এপ্ৰণ পিন্ধা, টেবুল ক্লথ আৰু ছাইনবোৰ্ডৰ ব্যৱহাৰ আদি। গ্ৰাহক আৰু তেওঁলোকৰ সন্তানক লৈ শিক্ষামূলক আৰু সৃষ্টিশীল অনুষ্ঠান কিছুমানৰ আয়োজন কৰক। স্থানীয় কৰ্তৃপক্ষৰ সহযোগত জৈৱিক সামগ্ৰীৰ বিক্ৰীৰ স্থান নিৰ্ণয় কৰাৰ লগতে কৃষি ৰসায়নযুক্ত সামগ্ৰীতকৈ আপোনাৰখিনি যে পৃথক সেয়া দেখুৱাওক।
Current language
Assamese
Produced by
Agro-Insight