কঠীয়াতলিখন
Uploaded 6 months ago | Loading
0:00
Reference book
এই ভিডিঅ'টোৰ দ্বাৰা আপুনি কঠীয়াতলি প্ৰস্তুত কৰাৰ বিষয়ে শিকিব পাৰিব, কিয়নো শক্তিশালী কঠীয়া পাবলৈ আৰু আপোনাৰ ধান খেতিক এক ভাল আৰম্ভণি দিবলৈ, সঠিক কঠীয়াতলি এখন প্ৰস্তুত কৰা খুবেই জৰুৰী। ইয়াক ক্ৰমাগতভাৱে চাওঁ আহক। এই ভিডিঅ'টো ৰাইচ এডভাইচ বোলা DVD এখনৰ এটা অংশ।
Current language
Assamese
Produced by
AfricaRice, Agro-Insight, IER, Intercooperation, Jekassy