<<90000000>> viewers
<<266>> entrepreneurs in 18 countries
<<4647>> agroecology videos
<<107>> languages available

কুকুৰাৰ মল আৰু পেলনীয়া অংশক সাৰলৈ ৰূপান্তৰ

Uploaded 4 months ago | Loading

কুকুৰাৰ পেলনীয়া অংশসমূহ নাইট্ৰ’জেন আৰু আন পোষকদ্ৰব্যৰ ক্ষেত্ৰত সমৃদ্ধ আৰু ভূমিক থকা উপকাৰী অণুজীৱৰ বাবে ভাল আহাৰ। এইখিনি গোবৰ আৰু কাৰ্বনসমৃদ্ধ উপাদানেৰে মিহলাওক। পচন খৰতকীয়া কৰাৰ বাবে জৈৱিক পাচক বা ট্ৰাইকোডাৰ্মা ছটিয়াওক। পচা কণীৰ পৰা আপুনি শস্যবৰ্ধক প্ৰস্তুত কৰিব পাৰে। ইয়াৰ বাবে আপুনি পচা কণী গুৰ আৰু নেমু ৰসত মিহলাই এটা জাৰত ৰাখিব।

Current language
Assamese
Produced by
Green Adjuvants
Share this video:
How you can help... Your generous donation will enable us to give smallholder farmers better access to agricultural advice in their language.

With thanks to our sponsors