কুকুৰাৰ মল আৰু পেলনীয়া অংশক সাৰলৈ ৰূপান্তৰ
Uploaded 11 months ago | Loading

16:10
কুকুৰাৰ পেলনীয়া অংশসমূহ নাইট্ৰ’জেন আৰু আন পোষকদ্ৰব্যৰ ক্ষেত্ৰত সমৃদ্ধ আৰু ভূমিক থকা উপকাৰী অণুজীৱৰ বাবে ভাল আহাৰ। এইখিনি গোবৰ আৰু কাৰ্বনসমৃদ্ধ উপাদানেৰে মিহলাওক। পচন খৰতকীয়া কৰাৰ বাবে জৈৱিক পাচক বা ট্ৰাইকোডাৰ্মা ছটিয়াওক। পচা কণীৰ পৰা আপুনি শস্যবৰ্ধক প্ৰস্তুত কৰিব পাৰে। ইয়াৰ বাবে আপুনি পচা কণী গুৰ আৰু নেমু ৰসত মিহলাই এটা জাৰত ৰাখিব।
Current language
Assamese
Produced by
Green Adjuvants