মহিলা নেতৃত্বৰ বাবে উদগণি
Uploaded 5 months ago | Loading
14:27
মহিলাই নেতৃত্বত আগবাঢ়োঁতে পুৰুষজন যদি সহায় সাৰথি ৰূপত থাকে, তেন্তে তেওঁলোকৰ পৰিয়াল আৰু সমূহটো অধিক সুখী আৰু শক্তিশালী হৈ উঠে। নিজৰ মতামতৰ মূল্য বুজা, মত প্রকাশত আত্মবিশ্বাসী এগৰাকী মহিলাই ৰাজহুৱা আৰু ব্যক্তিগত প্রতিষ্ঠানৰ সৈতেও কথা পাতিব পাৰে। এনেকৈয়ে এদিন ৰপ্তানিৰ বজাৰৰ দুৱাৰো মুকলি হৈ যাব পাৰে। জৈৱিক ফলৰ ব্যৱসায় কৰা কোম্পেনীবোৰে সাধাৰণতে শক্তিশালী নেতৃত্বৰে সু-সংগঠিত মহিলা গোটৰ লগত ব্যৱসায় আগবঢ়াব বিচাৰে।
Current language
Assamese
Produced by
Agro-Insight