পটেটো টিউবাৰ মঠৰ নিয়ন্ত্ৰণ
Uploaded 10 months ago | Loading

14:59
পটেটো টিউবাৰ মঠৰ পলুই পথাৰ বা ভঁৰালত, যেতিয়া আলুৰ ভিতৰত সোমায়, সিহঁতে সেইবোৰ সম্পূৰ্ণ ৰূপে নষ্ট কৰে । এবাৰ আলুৰ ভিতৰ সোমালে সিঁহতক একোৱেই আনকি কীটনাশকেও মাৰিব নোৱাৰে। পখিলাৰ স্ংখ্যা বাঢ়িল, ভৰালৰ গোটেইখিনি আলুৱেই কেইমাহ মানৰ ভিতৰতে নষ্ট কৰিব । মঠ নিয়ন্ত্ৰণ কৰিবলৈ কেবাটাও কাম কৰিব লাগিব আৰু আপোনাৰ ওচৰৰ খেতিয়কো, তেনে কামৰ বাবে অনুপ্ৰানিত কৰিব লাগে। যদিহে একেলগে এই মঠৰ লগত আমি যুজ কৰো, তেতিয়াহে তাক নিয়ন্ত্ৰন কৰিব পাৰিম।
Current language
Assamese
Produced by
Agro-Insight