<<90000000>> viewers
<<266>> entrepreneurs in 18 countries
<<4647>> agroecology videos
<<107>> languages available

মূল্যৱান ধানৰ গুটিৰ যত্ন এনেকৈ ল’ব লাগে যাতে সংৰক্ষণ কৰোতে ক্ষতি নহয় ৷

Uploaded 6 months ago | Loading

উপকাৰী অণুজীৱই দানাৰ নামত হোৱা খৰছ ৰাহি কৰে, পশুধনৰ বাবে এটা স্বাস্থ্যসন্মত পৰিৱেশ সৃষ্টি কৰে আৰু পশুধনক স্বাস্থ্যৱান কৰি তোলে।
গোহালিৰ দুৰ্গন্ধ হ্ৰাস কৰিবলৈ মজিয়াত খেৰ, কাঠৰ গুৰি, তুঁহ গুড়ি আদি পাৰি তাত নিয়মীয়াকৈ উপকাৰী অণুজীৱৰ মিশ্ৰণ স্প্ৰে’ কৰক। উপকাৰী অণুজীৱ সুষম দানা, চাইলেজ আৰু সেউজীয়া ঘাঁহত মিহলোৱাৰ ফলত ইহঁতৰ পুষ্টিগুণ বৃদ্ধি হয় আৰু হজম হোৱাত সহায়ক হয়।
আপুনি পশুধনক খাবলৈ দিয়া পানীত উপকাৰী অণুজীৱ মিহলাই পশুধনৰ ৰোগ প্ৰতিৰোদী ক্ষমতা বৃদ্ধি কৰিব পাৰে।
 

Current language
Assamese
Produced by
Rezaul Karim Siddique
Share this video:

Related Videos

How you can help... Your generous donation will enable us to give smallholder farmers better access to agricultural advice in their language.

With thanks to our financial partners