<<90000000>> viewers
<<320>> entrepreneurs in 18 countries
<<5432>> agroecology videos
<<110>> languages available

এক অংশগ্ৰহণকাৰী নিশ্চয়তা ব্যৱস্থা (পিজিএছ)

Uploaded 1 year ago | Loading

আন্তৰ্জাতিক জৈৱিক প্ৰমাণীকৰণ প্ৰণালী খৰচী, দীৰ্ঘম্যাদী, আৰু আমোলাকেন্দ্ৰিক হোৱাৰ কাৰণে, প্ৰায়ে স্থানীয় বজাৰৰ বাবে উৎপাদন কৰা ক্ষুদ্ৰ জৈৱিক কৃষকসকলৰ সামৰ্থৰ বাহিৰত। বহুতো দেশত, অংশগ্ৰহণকাৰী নিশ্চয়তা ব্যৱস্থা, নতুবা পাৰটিচিপেটোৰি গ্যেৰাণ্টি চিস্টেম্‌চ (চমুকৈ পিজিএছ), এক বিকল্প পঞ্জীয়ন পদ্ধতি হিচাপে প্ৰকাশ পাইছে। পিজিএছ ব্যৱস্থাবোৰ স্থানীয়ভাৱে গঠিত, আৰু ভিন্ন দেশত ভিন্ন প্ৰকাৰৰ। কিন্তু সকলো ব্যৱস্থাৰে এক উমৈহতীয়া বৈশিষ্ট্য আছে - কৃষকসকলে নিজৰ মাজতেই এক গোট হৈ, এক গ্যেৰাণ্টি সমিতি গঠন কৰি, ইজনে সিজনৰ পাম পৰিদৰ্শন কৰে, আৰু তেওঁলোকৰ উৎপাদিত সামগ্ৰীবোৰ জৈৱিক বুলি নিশ্চিত কৰে।

Current language
Assamese
Produced by
Agro-Insight
Share this video:

Related Videos

How you can help... Your generous donation will enable us to give smallholder farmers better access to agricultural advice in their language.

With thanks to our financial partners