<<90000000>> viewers
<<240>> entrepreneurs in 17 countries
<<4135>> agroecology videos
<<105>> languages available

সম্প্ৰসাৰণত মহিলা

Uploaded 1 month ago | Loading

মহিলাৰ খেতি-পথাৰৰ খাদ্য উৎপাদন সহজে 30% বৃদ্ধি হ'ব পাৰে, যদিহে আমি এই চাৰিটা বিষয়ৰ পৰিচালনা কৰোঁতে, লিংগৰ প্ৰতি মনোযোগ দিওঁ : প্ৰশিক্ষণ আৰু পৰামৰ্শৰ চাহিদাপূৰণ; সম্প্ৰসাৰণ পদ্ধতি আৰু ইয়াৰ বিষয়বস্তু; ভূমি, উপাদান আৰু ঋণৰ সহজলভ্যতা; আৰু বাণিজ্যিক সুবিধা। এই ভিডিঅ'টো গৱেষণা আৰু উন্নয়ন সংগঠন, লগতে কৃষি সেৱা প্ৰদানকাৰীসকলক লক্ষ্য কৰি বনোৱা হৈছে।

Current language
Assamese
Produced by
Agro-Insight
Share this video:

With thanks to our sponsors