সম্প্ৰসাৰণত মহিলা
Uploaded 11 months ago | Loading

15:29
- English
- Arabic
- Bangla
- French
- Hindi
- Portuguese
- Spanish
- Assamese
- Ateso
- Bambara
- Bariba
- Bemba
- Bisaya / Cebuano
- Chichewa / Nyanja
- Chitonga / Tonga
- Dagaare
- Dagbani
- Dendi
- Dholuo
- Dioula
- Fon
- Fulfulde (Cameroon)
- Ghomala
- Hausa
- Hiligaynon
- Karamojong
- Kinyarwanda / Kirundi
- Kiswahili
- Kriol / Creole (Guinea-Bissau)
- Kusaal
- Luganda
- Luhya
- Lusoga / Soga
- Malagasy
- Mooré
- Peulh / Fulfuldé / Pulaar
- Sisaala
- Tagalog
- Tamil
- Telugu
- Tumbuka
- Wolof
- Zarma
মহিলাৰ খেতি-পথাৰৰ খাদ্য উৎপাদন সহজে 30% বৃদ্ধি হ'ব পাৰে, যদিহে আমি এই চাৰিটা বিষয়ৰ পৰিচালনা কৰোঁতে, লিংগৰ প্ৰতি মনোযোগ দিওঁ : প্ৰশিক্ষণ আৰু পৰামৰ্শৰ চাহিদাপূৰণ; সম্প্ৰসাৰণ পদ্ধতি আৰু ইয়াৰ বিষয়বস্তু; ভূমি, উপাদান আৰু ঋণৰ সহজলভ্যতা; আৰু বাণিজ্যিক সুবিধা। এই ভিডিঅ'টো গৱেষণা আৰু উন্নয়ন সংগঠন, লগতে কৃষি সেৱা প্ৰদানকাৰীসকলক লক্ষ্য কৰি বনোৱা হৈছে।
Current language
Assamese
Produced by
Agro-Insight