ভূমিত জীৱৰ উপস্থিতি অনুধাৱন
Uploaded 6 months ago | Loading
9:20
যেতিয়া এডৰা মাটিত অধিক পৰিমাণে ক্ষুদ্ৰ জীৱ থাকিব তেতিয়া মাটিডৰা উৰ্বৰা হৈ থকাটো সূচাব৷ কাৰণ এই জীৱসমূহে জৈৱিক উপাদান সমূহ খায় আৰু পচন নিয়ায়৷ এনেদৰে মাটিত থকা পুষ্টিকৰ উপাদানসমূহ শস্যই লাভ কৰে আৰু মাটিক কোমল কৰি তোলে৷
Current language
Assamese
Produced by
Agro-Insight