দ মাটিৰ ধান খেতিত ৰটাৰী উইদাৰৰ ব্যবহাৰ
Uploaded 11 months ago | Loading

20:15
অপতৃণ নিয়ন্তনৰ ফলপ্ৰসূ ব্যৱস্থাই শস্যৰ 50% উৎপাদন বৃদ্ধি কৰিব পাৰে, কিন্তু ইয়াৰ বাবে সময় বেছি লাগে। খেতিয়ক একোজন সেয়েহে, শ্ৰম বচাব পৰা সঁজুলি ব্যৱহাৰ কৰিব লাগে। এই ভিডীঅ যোগে আমি ধান খেতিত কেনেকৈ ৰটাৰী উইডাৰৰ জৰিয়তে কিদৰে দ মাটিত অপতৃণ নিয়ন্তন কৰিব লাগে শিকিলোঁ।
Current language
Assamese
Produced by
AfricaRice, Real2Reel