<<90000000>> viewers
<<240>> entrepreneurs in 17 countries
<<4135>> agroecology videos
<<105>> languages available

বীজ তলিত কীট পতংগ প্ৰতিৰোধী জাল

Uploaded 3 months ago | Loading

যিকোনো পাচলিৰ বীজ-তলিৰ বাবে ফৰিং আৰু শামুক এক গুৰুতৰ সমস্যা হ'ব পাৰে , কিয়নো ইহঁতে পুলিৰ কোমল পোখাবোৰ চোবাই খায় । কেটাৰপিলাৰ অথবা পলুয়েও ক্ষতি কৰিব পাৰে , কিন্তু ই জলকীয়াতকৈ বিলাহী আৰু বন্ধাকবিৰ বাবে বেছি হানিকাৰক । নিজৰ কোমল পুলিবোৰ সুৰক্ষিত কৰিবলৈ , বহুতো কৃষকে কীটনাশক ব্যৱহাৰ কৰে । কিন্তু কীটনাশক খৰচী হোৱাৰ লগতে কৃষক আৰু গ্ৰাহকস্বাস্থ্যৰ বাবে, আৰু পৰিৱেশৰ বাবে বিপদজনক । আপুনি পুলিবোৰৰ ওপৰত কীট-পতংগ প্ৰতিৰোধী জাল বহায়ো সিহঁতক সুৰক্ষা দিব পাৰে ।

Current language
Assamese
Produced by
Agro-Insight
Share this video:
How you can help... Your generous donation will enable us to give smallholder farmers better access to agricultural advice in their language.

With thanks to our sponsors