ফল বিন্ধা কৰা পোকৰ সামূহিক ফান্দ
Uploaded 3 months ago | Loading
13:00
ফেৰ’মনে মতাবোৰক আকৰ্ষণ কৰে আৰু ধ্বংস কৰাত সহায় কৰে, গতিকে ইহঁতে মাইকী ফল ফল বিন্ধা কৰা পোকৰ লগত সংগম কৰিব নোৱাৰে। আৰু সংগম অবিহনে মাইকী ফল বিন্ধা কৰা পোকবোৰে কণী পাৰিব নোৱাৰে।ফেৰ’মনৰদ্বাৰা মতা পোকক আকৰ্ষণ কৰি ধ্বংস কৰিবলৈ ব্যৱহাৰ কৰা ফান্দ বৰষুণৰ পৰা ৰক্ষা কৰিব লাগিব। দোকানত কিছুমান বিশেষ ফান্দ বিক্ৰী হয়, কিন্তু আপুনি নিজেও ফান্দ সাজিব পাৰে।
Current language
Assamese
Produced by
Agro-Insight