উপকাৰী অনুজীৱৰ ব্যৱহাৰ কৰি অধিক শস্য উৎপাদন
Uploaded 3 months ago | Loading
0:00
দোকানৰ পৰা কিনি অনা গাঢ় ই. এম, গুৰ আৰু পানীত মিহলাওক, এসপ্তাহৰ বাবে ৰ’দ নপৰা ঠাইত ৰাখি ইয়াক বিকশিত হ’বলৈ দিয়ক৷ ইয়ে অনুজীৱসমূহ বৃদ্ধি আৰু সক্ৰিয় হোৱাত সহায় কৰে৷ আপুনি থলুৱা সামগ্ৰীৰে উপকাৰী অনুজীৱৰ এটা নিজা মিশ্ৰণ প্ৰস্তুত কৰি ল’ব পাৰে৷ আপুনি এই মিশ্ৰণ পানীৰ সৈতে মহিলাই যিকোনো শস্যত প্ৰয়োগ কৰিব পাৰে৷ ইয়ে আপোনাৰ ভূমিৰ উৰ্বৰতা বৃদ্ধি কৰাৰ লগতে বীজ সমূহ তিয়াই পেলাব৷ এনে কৰাৰ ফলত আপুনি অধিক শস্য উৎপাদন কৰিবলৈ সমৰ্থ হ’ব৷ আৰু বেমাৰ -আজাৰ কমাৰ উপৰিও কীট পতংগৰ আক্ৰমণো হ্ৰাস পাব৷
Current language
Assamese
Produced by
Rezaul Karim Siddique