<<90000000>> viewers
<<240>> entrepreneurs in 17 countries
<<4135>> agroecology videos
<<105>> languages available

ভালকৈ শুকোৱা বীজেই ভাল বীজ

Uploaded 2 months ago | Loading

বীজ শুকুওৱাত কৃ্ষকে বৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়, কিয়নো বীজে মাটিৰ পৰা আর্দ্রতা শুহি লয় ফলত, বীজৰ মান নষ্ট হয় আৰু কোনেও বেয়া বীজৰ পৰা ভাল ফচলৰ উৎপাদন আশা কৰিব নোৱাৰে এই ভিডিঅ’ত আপোনালোকে দেখিব কিদৰে মাৰিয়া গাঁৱৰ কৃ্ষকসকলে এই সমস্যা নিজেই সমাধান কৰি লৈছে এতিয়া তেওঁলোক বীজ শুকোৱাক লৈ চিন্তিত নহয়, আনকি বৰষুণৰ দিনতো এই ভিডিঅ’টো Rice Advice DVDৰ এটা অংশ

Current language
Assamese
Produced by
Agro-Insight, CABI, Countrywise Communication, IRRI, RDA, TMSS
Share this video:
How you can help... Your generous donation will enable us to give smallholder farmers better access to agricultural advice in their language.

With thanks to our sponsors