ৰোৱা পদ্ধতিৰ ধান খেতি
Uploaded 2 months ago | Loading
14:16
Reference book
ৰোৱা পদ্ধতিত ধান খেতি কৰিলে উৎপাদন যথেষ্ট বৃদ্ধি পায়। সিছা পদ্ধতিৰ তুলনাত উৎপাদন দুই তিনিগুণ বেছি। গতিকে, কেনেকৈ, কেতিয়া কৰিব লাগে জানিবলৈ এই ভিডিওটোনো নেচাই কিয়? এই ভিডিওটো হৈছে ৰাইচ এডভাইছ ডীভিদিৰ এটা অংশ।
Current language
Assamese
Produced by
AfricaRice, Agro-Insight, IER, Intercooperation, Jekassy