ধানৰ নতুন জাত নিৰ্বাচন
Uploaded 9 months ago | Loading
19:59
অংশগ্ৰহনকাৰী জাত নিৰ্বাচন অথবা PVS এনে এক পদ্ধতি যিয়ে বিভিন্ন জনৰ জৰিয়তে, অসুবিধা সমূহ চিনাক্ত কৰি, ধান গৱেষক সকলে উদ্ভাৱন কৰা শ শ জাতৰ ভিতৰত নতুন জাত নিৰ্বাচন কৰা হয়। তিনি বছৰীয়া মাতৃ মাদাৰ ট্ৰায়েল, বেবীট্ৰায়েল আৰু সোৱাদৰ পৰীক্ষাত ভিন্ন জনক জৰিত কৰা হয়।
Current language
Assamese
Produced by
Agro-Insight