<<90000000>> viewers
<<320>> entrepreneurs in 18 countries
<<5432>> agroecology videos
<<110>> languages available

বনৌষধীৰে কীট প্ৰতিৰোধ

Uploaded 11 months ago | Loading

কিছুমান উদ্ভিদে প্ৰাকৃতিক ভাৱে পোক প্ৰতিৰোধ কৰে। পোক আঁতৰাই পথাবলৈ তেনেবোৰ উদ্ভিদ আপোনাৰ পথাৰত ৰোৱক। আপোনাৰ অঞ্চলত হোৱা বনৰীয়া উদ্ভিদ সম্পৰ্কে জানি লওক। আপুনি নিজে নিজৰ বাবে বনৌষধী উদ্ভিদেৰে কোনো খৰছ নোহোৱাকৈ কীট প্ৰতিৰোধক তৈয়াৰ কৰিব পাৰে। গো মুত্ৰ যোগ দিলে গাখিৰতি, আঠা যুক্ত পাত, তিতা সোৱাদ যুক্ত পাত আৰু সুগন্ধি উদ্ভিদৰ পাতৰ ৰস বাহিৰ হোৱাত সহায় হয়।দুই ধৰণৰ বনৌষধীৰ প্ৰতিৰোধক এৰা এৰিকৈ ব্যবহাৰ কৰিলে ভাল।দ্বিতীয় প্ৰকাৰৰ পোক প্ৰতিৰোধক আদা, নহৰু আৰু জলকীয়াৰ পেষ্ট হিচাপে তৈয়াৰ কৰিব লাগে

Current language
Assamese
Produced by
Green Adjuvants
Share this video:
How you can help... Your generous donation will enable us to give smallholder farmers better access to agricultural advice in their language.

With thanks to our financial partners