শস্যৰ বীজত জৈৱিক প্ৰলেপ
Uploaded 10 months ago | Loading

12:16
জৈৱিক প্ৰলেপে আপোনাৰ বীজখিনি চৰাই, পোক পৰুৱাৰ পৰা ৰক্ষা কৰে আৰু কুমলীয়া পুলিবোৰক জীপ আৰু পুষ্টি যোগায়। প্ৰলেপ দিয়া বীজ আপুনি সোনকালে বৰষুণ হোৱাৰ আগতে সিচিব পাৰে।
Current language
Assamese
Produced by
Access Agriculture, IVTSANE