সমন্বিত কৃষি পাম স্থাপন
Uploaded 9 months ago | Loading
12:23
সমন্বিত পাম এখন স্থাপনৰ যোগেদি, প্ৰতি ইঞ্চি মাটিতে কিবা নহয় কিবা উৎপাদন কৰিব পাৰি, যত অপচও কমিব আৰু একেবাৰে কম আহিলা কিনিব লাগিব।আপোনাৰ পামৰ এখন নক্সা অংকন কৰি লওক, আপোনাৰ অভিজ্ঞতাৰ ভিত্তিত, কোন বিধ শস্যক ৰ'দ বা ছাঁ লাগে আৰু কোন খিনি ঠাইত কি শস্য, গছ গছনি আৰু পাচলিৰ খেতি কৰিব সেই সম্পৰ্কে সিদ্ধান্ত লওক।আপোনাৰ পৰিয়ালৰ প্ৰয়োজন আৰু বজাৰ চাহিদা অনুসৰি গছ গছনি নিৰ্বাচন কৰক,। পোক পৰুৱা আৰু বেমাৰ নিয়ন্ত্ৰনৰ বাবে পৰিবেশে অনুকুল ব্যৱস্থা গ্ৰহণ কৰক। আপোনাৰ পামত পশুধন আৰু মাছৰ সংযোগ ঘটাওক। এখন পূৰ্ণ সমন্বিত পামত কোনো ধৰণৰ অপচয় নহয়, সকলোবোৰ কেৱল সম্পদহে।
Current language
Assamese
Produced by
Rezaul Karim Siddique