<<90000000>> viewers
<<320>> entrepreneurs in 18 countries
<<5432>> agroecology videos
<<110>> languages available

মৌক টকালৈ ৰূপান্তৰ

Uploaded 1 year ago | Loading

অতীজত মৌ বিচনি সহিতে বিক্ৰী কৰিছিল। কিন্ত্ত এতিয়া গ্ৰাহক সকলে বিচনিৰ পৰা আহৰণ কৰা মৌহে বিচাৰে। এই প্ৰছেচিঙ কৰা মৌ চাফা আৰু ব্যৱহাৰ য্যোগ। তদূপৰি দীৰ্ঘ দিনৰ বাবে সংৰক্ষণ কৰিব পাৰি। মৌৰ গুণাগুণ জানিবলৈ তিনিটা নিয়ম আছে - কেৱল পৈণত মৌ হে চপাৱ। চপোৱা আৰু প্ৰচেশ্চিঙৰ সময়ত পৰিস্কাৰ পৰিছন্নতা বজাই ৰাখিব। আৰু নিচিত্ত হব যাতে সকলো সজুলি আৰু পাত্ৰ চাফাঁ আৰু শুকান হয়।

Current language
Assamese
Produced by
NASFAM, NOGAMU, Egerton University, ATC/UNIDO
Share this video:
How you can help... Your generous donation will enable us to give smallholder farmers better access to agricultural advice in their language.

With thanks to our financial partners