<<90000000>> viewers
<<266>> entrepreneurs in 18 countries
<<4647>> agroecology videos
<<107>> languages available

স্বাস্থ্যবান কলগছ আৰু কলপুলি উৎপাদন

Uploaded 9 months ago | Loading

কলপুলিবোৰ পোনে পোনে ৰোপণ নকৰি প্রতিটো পুলিৰ মূঢ়াৰ পৰা আপুনি কেইবাটাও নতুন, সবল, স্বাস্থ্যবান পুলি পাব পাৰে। প্রাকৃ্তিক মিশ্রণ ব্যৱহাৰ কৰি কেনেদৰে মূঢ়াবোৰৰ জীৱাণুনাশন কৰিব পাৰি আৰু কেনেদৰে মূঢ়াবোৰ অংকুৰণ বাকচৰ আর্দ্র কাঠৰ গুড়িত ৰাখিব লাগে, সেই বিষয়ে শিকি লওক। এটা মূঢ়াৰ পৰা আপুনি কমেও ৫০টা নিৰোগী, সবল কলপুলি পাব পাৰে আৰু এই পুলিবোৰ দুমাহতকৈয়ো কম সময়তে ৰোৱাৰ উপযোগী হৈ উঠে।

Current language
Assamese
Produced by
Alcide Agbangla
Share this video:
How you can help... Your generous donation will enable us to give smallholder farmers better access to agricultural advice in their language.

With thanks to our financial partners