ধানখেতিত বেক্টেৰিয়েল লীফ ব্লাইটৰ নিয়ন্ত্রণ
Uploaded 1 year ago | Loading

13:00
Reference book
ভাৰতৰ কৃ্ষকে এই বেমাৰে প্রথমে পাতত কেনেকৈ দেখা দিয়ে, তাক দেখুৱায়। শেষত গোটেই গছজোপা শুকাই যায়। এই ৰোগবিধক নিয়ন্ত্রণ কৰিবলৈ অ-ৰাসায়নিক পদ্ধতি কিছুমান ব্যৱহাৰ কৰিব পাৰি।
Current language
Assamese
Produced by
MSSRF