শস্যৰ বাবে জৈৱিক বৃদ্ধিকাৰক
Uploaded 1 year ago | Loading

15:49
প্ৰাকৃতিক বৃদ্ধিকাৰক প্ৰস্তুত কৰিবলৈ স্থানীয় ভাৱে উপলভ্য সামগ্ৰী যেনে গৰুৰ গোবৰ, ঘি, গাখীৰ, মুত্ৰ, মিঠাই আৰু পকা কলৰ আবস্যক। গছবোৰ আৰু অধিক সুস্থ সৱল কৰিবলৈ মুত্ৰ আৰু সুগন্ধি উদ্ভিদৰ পাতৰ ৰস মিহলাই প্ৰস্তুত কৰা মিশ্ৰণেৰে পোক পৰুৱা আৰু বেমাৰ নিয়ন্ত্ৰণ কৰিব পাৰি।
Current language
Assamese
Produced by
MSSRF