<<90000000>> viewers
<<240>> entrepreneurs in 17 countries
<<4135>> agroecology videos
<<105>> languages available

কল আৰু বীণৰ সৈতে আনাৰসৰ অন্তৰ্ৱতী খেতি।

Uploaded 1 month ago | Loading

দুশৰীয়া আনাৰসৰ দুটা শাৰীৰ মাজত থকা বহল খালী ঠাইখিনিত প্ৰথম বছৰত আপুনি বীন বা বাদামৰ খেতি কৰিব পাৰে। ইয়ে মাটিৰ গুণ উন্নীত কৰিব। প্ৰায়ভাগ খেতিয়কে আনাৰসৰ বাগান স্থাপন কৰিবৰ বাবে সকলো গছ কাটি পেলায়। কিন্তু সেয়া ভুল। দৰাচলতে কিছু ছাঁ থাকিলেহে আনাৰসৰ বৃদ্ধি ভাল হয় তাৰ ফলত মানো উন্নত হয়। কলৰ বাহিৰে আপুনি কিছু ছাঁ পৰিবৰ বাবে আন কিছুমান গছো ৰুব পাৰে।

Current language
Assamese
Produced by
NOGAMU
Share this video:

Related Videos

How you can help... Your generous donation will enable us to give smallholder farmers better access to agricultural advice in their language.

With thanks to our sponsors