বান সহনশীল ধান
Uploaded 2 months ago | Loading
8:13
Reference book
বানাক্ৰান্ত অঞ্চলৰ বাবে বান সহনশীল জাতৰ ধানেই হ'ল সমাধান । এই ভিডিঅ'টোত আমি উপযুক্ত ধানৰ জাত বাছনি কৰা, গুণগত বীজ ব্যৱহাৰ কৰা, স্বাস্থ্যসন্মত আৰু সবল কঠিয়াৰে খেতি কৰা আৰু বানপানীৰ পিছত আপোনাৰ পথাৰখন কেনেকৈ থানথিত লগাব পাৰি তাৰ ওপৰত অধিক দৃষ্টি নিক্ষেপ কৰিম ।
Current language
Assamese
Produced by
Agro-Insight, Countrywise Communication, Digital Green, IRRI, NARC, Shushilan