<<90000000>> viewers
<<240>> entrepreneurs in 17 countries
<<4135>> agroecology videos
<<105>> languages available

উপকাৰী অনুজীৱৰ ব্যৱহাৰ কৰি অধিক শস্য উৎপাদন

Uploaded 3 months ago | Loading

দোকানৰ পৰা কিনি অনা গাঢ় . এম, গুৰ আৰু পানীত মিহলাওক, এসপ্তাহৰ বাবে নপৰা ঠাইত ৰাখি ইয়াক বিকশিত বলৈ দিয়ক৷ ইয়ে অনুজীৱসমূহ বৃদ্ধি আৰু  সক্ৰিয় হোৱাত সহায় কৰে৷ আপুনি থলুৱা সামগ্ৰীৰে উপকাৰী অনুজীৱৰ এটা নিজা মিশ্ৰণ প্ৰস্তুত কৰি পাৰে৷ আপুনি এই মিশ্ৰণ পানীৰ সৈতে মহিলাই যিকোনো শস্যত প্ৰয়োগ কৰিব পাৰে৷ ইয়ে আপোনাৰ ভূমিৰ উৰ্বৰতা বৃদ্ধি কৰাৰ লগতে বীজ সমূহ তিয়াই পেলাব৷ এনে কৰাৰ ফলত আপুনি অধিক শস্য উৎপাদন কৰিবলৈ সমৰ্থ ব৷ আৰু বেমাৰ -আজাৰ কমাৰ উপৰিও কীট পতংগৰ আক্ৰমণো হ্ৰাস পাব৷

Current language
Assamese
Produced by
Rezaul Karim Siddique
Share this video:
How you can help... Your generous donation will enable us to give smallholder farmers better access to agricultural advice in their language.

With thanks to our sponsors