<<90000000>> viewers
<<240>> entrepreneurs in 17 countries
<<4135>> agroecology videos
<<105>> languages available

ফল বিন্ধা কৰা পোকৰ সামূহিক ফান্দ

Uploaded 3 months ago | Loading

ফেৰমনে মতাবোৰক আকৰ্ষণ কৰে আৰু ধ্বংস কৰাত সহায় কৰে, গতিকে ইহঁতে মাইকী ফল ফল বিন্ধা কৰা পোকৰ লগত সংগম কৰিব নোৱাৰে আৰু সংগম অবিহনে মাইকী ফল বিন্ধা কৰা পোকবোৰে কণী পাৰিব নোৱাৰেফেৰমনৰদ্বাৰা মতা পোকক আকৰ্ষণ কৰি ধ্বংস কৰিবলৈ ব্যৱহাৰ কৰা ফান্দ বৰষুণৰ পৰা ৰক্ষা কৰিব লাগিব দোকানত কিছুমান বিশেষ ফান্দ বিক্ৰী হয়, কিন্তু আপুনি নিজেও ফান্দ সাজিব পাৰে

Current language
Assamese
Produced by
Agro-Insight
Share this video:
How you can help... Your generous donation will enable us to give smallholder farmers better access to agricultural advice in their language.

With thanks to our sponsors