<<90000000>> viewers
<<240>> entrepreneurs in 17 countries
<<4135>> agroecology videos
<<105>> languages available

শাক-পাচলিৰ মিলিবাগ নিয়ন্ত্ৰণ

Uploaded 1 month ago | Loading

ভাৰতৰ কৃষকসকলে দেখুৱাইছে যে লেডিবাৰ্ড ভেকুলীয়ে কেনেকৈ মিলিবাগক ধ্বংস কৰে প্ৰবল পানীৰ স্প্ৰেৰে গছৰ পৰা মিলিবাগ নমাই দিলে ইহঁতৰ মৃত্যু হ নিম তেল বা তিতা পাতৰ নিষ্কাশন পানী বা প্ৰস্ৰাৱৰ লগত মিহলাইও স্প্ৰে কৰিব পাৰে কিছুমান জৈৱিক কীটনাশকত ভেঁকুৰ থাকে যিয়ে মিলিবাগক ধ্বংস কৰিব পাৰে

Current language
Assamese
Produced by
MSSRF
Share this video:
How you can help... Your generous donation will enable us to give smallholder farmers better access to agricultural advice in their language.

With thanks to our sponsors