<<90000000>> viewers
<<240>> entrepreneurs in 17 countries
<<4135>> agroecology videos
<<105>> languages available

ফল বিন্ধা পোক নিয়ন্ত্ৰনৰ সুসংহত ব্যৱস্থা

Uploaded 1 month ago | Loading

ফল বিন্ধা পোকে ফলৰ ভিতৰত কণী পাৰে। এটা পোকে শতাধিক কণী পাৰে, যিবোৰ বগা পলুলৈ  ৰূপান্তৰিত হৈ ফলৰ ভিতৰ খন খাই পেলায়।যদিহে একো ব্যৱস্থা লোৱা নহয়, ফল বিন্ধা পোকৰ সংখ্যা সোনকালে বৃদ্ধি পায় আৰু গোটেই শস্য পথাৰ নষ্ট কৰে সদায় বিভিন্ন পদ্ধতিৰ সংযোজন ঘটাব লাগে *ফাণ্ড পাতক, * খাদ্যৰ টোপ ব্যবহাৰ কৰক * জাল বন্ধা পৰুৱাৰ উপস্থিতিত অৰিহনা যোগাওক,* তল সৰা ফল বোৰ সংগ্ৰহ কৰি নষ্ট কৰক

Current language
Assamese
Produced by
Agro-Insight
Share this video:
How you can help... Your generous donation will enable us to give smallholder farmers better access to agricultural advice in their language.

With thanks to our sponsors