<<90000000>> viewers
<<320>> entrepreneurs in 18 countries
<<5432>> agroecology videos
<<110>> languages available

স্থানীয় কুকুৰাৰ যতন

Uploaded 1 year ago | Loading

কুকুৰাবোৰে আৰামদায়কভাৱে কণী পাৰিবলৈ কাঠৰ টুকুৰা বা শুকান ঘাঁহৰ বিচনা ঠিক দিব লাগেইয়াৰ ফলত আৰ্দ্ৰতা হ্ৰাস পোৱাত সহায় হয় আৰু পৰজীৱীৰ আক্ৰমণৰ সম্ভাৱনা কমি যায়কিন্তু, এই সৰু সৰু পৰজীৱীবোৰেই একমাত্ৰ সমস্যা নহয়প্ৰথম কেইসপ্তাহমানৰ ভিতৰত পোৱালিবোৰক চিকাৰী আৰু হেৰাই যোৱাৰ পৰা ৰক্ষা কৰিবলৈ পিঞ্জৰাবদ্ধ কৰা হয়এইবোৰৰ লগতে অন্যান্য কমদামী আৰু সহজ পদ্ধতিসমূহে আপোনাক স্বাস্থ্যসন্মত থলুৱা কুকুৰা পালন কৰাত সহায় কৰি আপোনাৰ পৰিয়ালক ভৰণ পোষণ দিব পাৰে আৰু আপোনাৰ আয় বৃদ্ধি কৰিব পাৰে

Current language
Assamese
Produced by
NASFAM, NOGAMU, Egerton University, ATC/UNIDO, Songhaï Centre
Share this video:

Related Videos

How you can help... Your generous donation will enable us to give smallholder farmers better access to agricultural advice in their language.

With thanks to our financial partners