<<90000000>> viewers
<<240>> entrepreneurs in 17 countries
<<4135>> agroecology videos
<<105>> languages available

আধুনিক মৌবাহ নিৰ্মাণ

Uploaded 2 months ago | Loading

পৰম্পৰাগত মৌবাহত মৌ মাখিয়ে উপাদন কৰা মৌ সিটাবোৰ ইটো সিটোৰ লগত লগ লাগি থাকে ফলত মৌ আহৰণত অসুবিধা হয়। পৰম্পৰাগত মৌবাহৰ পৰা বছৰত দুবাৰৰ পৰা তিনিবাৰহে মৌ পোৱা যায়। এখন আধুনিক মৌবাহৰ পৰা পৰম্পৰাগত মৌবাহৰ তুলনাত দুইৰ পৰা তিনিগুণ বেছি মৌ পোৱা যায়।

Current language
Assamese
Produced by
Practical Action Nepal
Share this video:
How you can help... Your generous donation will enable us to give smallholder farmers better access to agricultural advice in their language.

With thanks to our sponsors