<<90000000>> viewers
<<240>> entrepreneurs in 17 countries
<<4135>> agroecology videos
<<105>> languages available

কেঁচু সাৰৰ বিচনা

Uploaded 1 month ago | Loading

সাৰৰ খালি বস্তা চিলাই আপুনি এটা বাকচ বনাই লব পাৰে। স্তৰে স্তৰে পচিব পৰা সামগ্ৰী জমা কৰি পানী ছটিয়াওক। এসপ্তাহ পিছত তাত কেঁচু এৰক। মাৰাপাতৰ বস্তাৰে ওপৰি ভাগ ঢাকি নিয়মিয়া কৈ পানী দি থাকক। পোনপতিয়াকৈ যাতে ৰদ নপৰে সাৱধান হওঁক। 

Current language
Assamese
Produced by
WOTR
Share this video:
How you can help... Your generous donation will enable us to give smallholder farmers better access to agricultural advice in their language.

With thanks to our sponsors