শাক-পাচলিৰ মিলিবাগ নিয়ন্ত্ৰণ
Uploaded 7 months ago | Loading
10:49
ভাৰতৰ কৃষকসকলে দেখুৱাইছে যে লেডিবাৰ্ড ভেকুলীয়ে কেনেকৈ মিলিবাগক ধ্বংস কৰে । প্ৰবল পানীৰ স্প্ৰে’ৰে গছৰ পৰা মিলিবাগ নমাই দিলে ইহঁতৰ মৃত্যু হ’ব । নিম তেল বা তিতা পাতৰ নিষ্কাশন পানী বা প্ৰস্ৰাৱৰ লগত মিহলাইও স্প্ৰে কৰিব পাৰে । কিছুমান জৈৱিক কীটনাশকত ভেঁকুৰ থাকে যিয়ে মিলিবাগক ধ্বংস কৰিব পাৰে ।
Current language
Assamese
Produced by
MSSRF