ৰঙালাওৰ পৃথকীকৰণ আৰু সংৰক্ষণ
Uploaded 9 months ago | Loading
9:15
ৰঙালাও চপোৱাৰ ঠিক পিছতেই বিক্ৰী কৰা কৃষকসকলে কম মূল্য পায় কাৰণ একে সময়তে বহুত বেছিকৈ উপলব্ধ হয় । অসময়ত সেইবোৰ জমা কৰি ভাল দামত বিক্ৰী কৰিব পাৰে ।
Current language
Assamese
Produced by
Practical Action, Bangladesh and Nepal, Christian Commission for Development in Bangladesh (CCDB)