শাক-পাচলিৰ শস্য কৃমি নিয়ন্ত্ৰণ
Uploaded 1 year ago | Loading

15:42
- English
- Arabic
- Bangla
- French
- Hindi
- Portuguese
- Spanish
- Assamese
- Ateso
- Bambara
- Bariba
- Chichewa / Nyanja
- Chitonga / Tonga
- Dagaare
- Dagbani
- Ewe
- Fon
- Ghomala
- Gonja
- Hausa
- isiXhosa
- Kannada
- Kikuyu
- Kinyarwanda / Kirundi
- Kiswahili
- Kriol / Creole (Guinea-Bissau)
- Lingala
- Luganda
- Luo (Lango - Uganda)
- Lusoga / Soga
- Malagasy
- Peulh / Fulfuldé / Pulaar
- Runyakitara
- Sena
- Sepedi
- Sinhala
- Tagalog
- Tamil
- Telugu
- Tumbuka
- Twi
- Urdu
- Wolof
- Yao
- Yoruba
কৃমি হৈছে মাটিত আৰু বহুতো শস্য আৰু অপতৃণৰ শিপাত বাস কৰা এবিধ ভয়ানক পেলু। শস্যকৃমি নিয়ন্ত্ৰণ কৰাতকৈ প্ৰতিৰোধ কৰাটো সহজ। উপায়টো হ’ল, সুস্থ পুলিৰে খেতি কৰা; আপোনাৰ শাক-পাচলিৰ পথাৰত আৰু তাৰ ওচৰৰ কৃমিৰ সকলো উৎস ধ্বংস কৰক। কৃমিৰ প্ৰতিৰোধী শস্য ৰোপণ কৰক। আৰু অন্য ক্ষেত্ৰৰ পৰা কৃমি প্ৰৱেশত বাধা দিয়ক। দক্ষিণ বেনিনৰ কৃষকসকলে আমাক দেখুৱাইছে যে কেনেকৈ কৃমি নিয়ন্ত্ৰণ কৰিব পাৰি৷
Current language
Assamese
Produced by
Agro-Insight