বীজ তলিত কীট পতংগ প্ৰতিৰোধী জাল
Uploaded 1 year ago | Loading
11:35
- English
- Arabic
- Bangla
- French
- Hindi
- Spanish
- Assamese
- Bambara
- Bariba
- Bemba
- Chichewa / Nyanja
- Chitonga / Tonga
- Dagaare
- Dagbani
- Ewe
- Fon
- Ghomala
- Gonja
- Hausa
- Hiligaynon
- Kannada
- Kikuyu
- Kinyarwanda / Kirundi
- Kiswahili
- Luo (Lango - Uganda)
- Malagasy
- Marathi
- Peulh / Fulfuldé / Pulaar
- Sena
- Tagalog
- Telugu
- Tumbuka
- Twi
- Urdu
- Wolof
- Yao
- Yoruba
যিকোনো পাচলিৰ বীজ-তলিৰ বাবে ফৰিং আৰু শামুক এক গুৰুতৰ সমস্যা হ'ব পাৰে , কিয়নো ইহঁতে পুলিৰ কোমল পোখাবোৰ চোবাই খায় । কেটাৰপিলাৰ অথবা পলুয়েও ক্ষতি কৰিব পাৰে , কিন্তু ই জলকীয়াতকৈ বিলাহী আৰু বন্ধাকবিৰ বাবে বেছি হানিকাৰক । নিজৰ কোমল পুলিবোৰ সুৰক্ষিত কৰিবলৈ , বহুতো কৃষকে কীটনাশক ব্যৱহাৰ কৰে । কিন্তু কীটনাশক খৰচী হোৱাৰ লগতে কৃষক আৰু গ্ৰাহকৰ স্বাস্থ্যৰ বাবে, আৰু পৰিৱেশৰ বাবেও বিপদজনক । আপুনি পুলিবোৰৰ ওপৰত কীট-পতংগ প্ৰতিৰোধী জাল বহায়ো সিহঁতক সুৰক্ষা দিব পাৰে ।
Current language
Assamese
Produced by
Agro-Insight