বিলাহীৰ লেটব্লাইট ৰোগৰ নিয়ন্ত্ৰণ
Uploaded 1 year ago | Loading

8:51
Reference book
- English
- Arabic
- Bangla
- French
- Hindi
- Portuguese
- Spanish
- Assamese
- Ateso
- Bambara
- Bariba
- Bemba
- Chichewa / Nyanja
- Chitonga / Tonga
- Dagaare
- Dagbani
- Ghomala
- Gonja
- Hausa
- isiXhosa
- Kikuyu
- Kriol / Creole (Guinea-Bissau)
- Lingala
- Luganda
- Lusoga / Soga
- Malagasy
- Nepali
- Peulh / Fulfuldé / Pulaar
- Runyakitara
- Sepedi
- Tagalog
- Telugu
- Tumbuka
- Twi
- Urdu
- Wolof
- Yao
মৰহা ৰোগ মাটিত থকা আকাৰৰ ফলত, ৰোগ থকা শস্যৰ অৱশিষ্ট অংশৰ পৰা অতি দ্ৰুতগতিত বিয়পে ৷ প্ৰতিদিনে আপোনাৰ পথাৰখন পৰিদৰ্শন কৰক । যদি আপুনি অসুস্থ গছ দেখা পায় তেন্তে তাৰ ৰুগীয়া অংশ কাটি পেলাওক বা জ্বলাই পেলাওক । কেতিয়াও আপোনাৰ গছৰ ৰুগীয়া অংশ ৰাখিব নালাগে কাৰণ বেমাৰ বাঢ়ি গৈ থাকিব আৰু আপোনাৰ পথাৰলৈ বিয়পি পৰিব ।
Current language
Assamese
Produced by
Practical Action Nepal