বিলাহীৰ লেটব্লাইট ৰোগৰ নিয়ন্ত্ৰণ
Uploaded 8 months ago | Loading
8:51
Reference book
মৰহা ৰোগ মাটিত থকা আকাৰৰ ফলত, ৰোগ থকা শস্যৰ অৱশিষ্ট অংশৰ পৰা অতি দ্ৰুতগতিত বিয়পে ৷ প্ৰতিদিনে আপোনাৰ পথাৰখন পৰিদৰ্শন কৰক । যদি আপুনি অসুস্থ গছ দেখা পায় তেন্তে তাৰ ৰুগীয়া অংশ কাটি পেলাওক বা জ্বলাই পেলাওক । কেতিয়াও আপোনাৰ গছৰ ৰুগীয়া অংশ ৰাখিব নালাগে কাৰণ বেমাৰ বাঢ়ি গৈ থাকিব আৰু আপোনাৰ পথাৰলৈ বিয়পি পৰিব ।
Current language
Assamese
Produced by
Practical Action Nepal