কেঁচুৰস, শস্যৰ বাবে এক প্রাকৃ্তিক টনিক
Uploaded 8 months ago | Loading
13:22
Reference book
কেঁচুৰে হোৱা জৈৱিক সাৰৰ মাজেৰে পানী যাবলৈ দি বা পানী মিহলালে যি জুলীয়া দ্রব্য হয়, তাকে কেঁচুৰস বোলে। গছৰ বাঢ়নৰ হৰম’ন, সূক্ষ্ম পুষ্টিদ্রব্য আৰু নাইট্র’জেন, ফছফৰাছ আৰু পটেছিয়ামৰ দৰে মুখ্য পুষ্টিদ্রব্যৰে ভৰপূৰ এই কেঁচুৰস।
Current language
Assamese
Produced by
Shanmuga Priya