কল আৰু বীণৰ সৈতে আনাৰসৰ অন্তৰ্ৱতী খেতি।
Uploaded 10 months ago | Loading
![](https://accessagfiles-drupal9-download.s3.eu-west-1.amazonaws.com/attachments/2017-12/083%20Intercropping%20pineapples.jpg?VersionId=wyNewfstwCRcxUPcN4pj3bsvOWSj.xfr)
13:29
দুশৰীয়া আনাৰসৰ দুটা শাৰীৰ মাজত থকা বহল খালী ঠাইখিনিত প্ৰথম বছৰত আপুনি বীন বা বাদামৰ খেতি কৰিব পাৰে। ইয়ে মাটিৰ গুণ উন্নীত কৰিব। প্ৰায়ভাগ খেতিয়কে আনাৰসৰ বাগান স্থাপন কৰিবৰ বাবে সকলো গছ কাটি পেলায়। কিন্তু সেয়া ভুল। দৰাচলতে কিছু ছাঁ থাকিলেহে আনাৰসৰ বৃদ্ধি ভাল হয় তাৰ ফলত মানো উন্নত হয়। কলৰ বাহিৰে আপুনি কিছু ছাঁ পৰিবৰ বাবে আন কিছুমান গছো ৰুব পাৰে।
Current language
Assamese
Produced by
NOGAMU