<<90000000>> viewers
<<240>> entrepreneurs in 17 countries
<<4135>> agroecology videos
<<105>> languages available

বিলাহীৰ বাবে কুলিং চেম্বাৰ কিদৰে সাজিব

Uploaded 1 month ago | Loading

বিলাহীবোৰ ছিঙি অনাৰ পাছত যদি আপুনি সেইবোৰ বেছিদিনলৈ ৰাখিব বিচাৰে, তেন্তে তাপ কমাই ৰখাৰ উপায় এটা লাগিব গাওঁবোৰত বিদ্যুতৰ পর্যাপ্ত ব্যৱস্থা নথকাটোও এটা সমস্যা সেয়ে, এই কোমল পাচলিবিধত তাপ কমকৈ লগাৰ উপায় উলিয়াবলগীয়া হয় নাইজেৰিয়াৰ কানো ৰাজ্যৰ ডাম্বাত্তাৰ কিছু কৃ্ষকে স্থানীয় বোকাৰে সজা ইটাৰে কামত অহা কুলিং চেম্বাৰ কিছুমান সাজি উলিয়াইছে

Current language
Assamese
Produced by
Countrywise Communication
Share this video:
How you can help... Your generous donation will enable us to give smallholder farmers better access to agricultural advice in their language.

With thanks to our sponsors