বিলাহীৰ বাবে কুলিং চেম্বাৰ কিদৰে সাজিব
Uploaded 8 months ago | Loading
5:44
বিলাহীবোৰ ছিঙি অনাৰ পাছত যদি আপুনি সেইবোৰ বেছিদিনলৈ ৰাখিব বিচাৰে, তেন্তে তাপ কমাই ৰখাৰ উপায় এটা ল’ব লাগিব। গাওঁবোৰত বিদ্যুতৰ পর্যাপ্ত ব্যৱস্থা নথকাটোও এটা সমস্যা। সেয়ে, এই কোমল পাচলিবিধত তাপ কমকৈ লগাৰ উপায় উলিয়াবলগীয়া হয়। নাইজেৰিয়াৰ কানো ৰাজ্যৰ ডাম্বাত্তাৰ কিছু কৃ্ষকে স্থানীয় বোকাৰে সজা ইটাৰে কামত অহা কুলিং চেম্বাৰ কিছুমান সাজি উলিয়াইছে।
Current language
Assamese
Produced by
Countrywise Communication